indian flag অসম চৰকাৰ
sitemap sitemap sitemap search
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

ভূমিৰ অভিলেখত থকা এলেকাৰ সংশোধন

  1. তৰা (*)  চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
  2. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।


যোগ্যতাৰ মাপকাঠী:

  1. এজন পাট্টাদাৰ বা তেওঁৰ বৈধ উত্তৰাধিকাৰী বা মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি
  2. চৰকাৰী ভূমি আৱন্টন কৰা কোনো ব্যক্তি/প্ৰতিষ্ঠান

সহায়ক নথি পত্ৰ :

  1. প্ৰস্তাৱিত ভূমিৰ জমাবন্দীৰ প্ৰতিলিপি
  2. আবেদনকাৰীৰ পৰিচয় প্ৰমাণ পত্ৰ

নির্ধাৰিত সময়সীমা : ৭ কৰ্মদিন

মাচুল :

  1. ব্যৱহাৰকাৰীৰ বাবে মূল্য বিনামূলীয়া 
  2. সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
  3. ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
  4. স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা