indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

অনলাইনযোগে মাটিৰ খাজানা পৰিশোধ

নিৰ্দেশাৱলী:

১. তৰা (*) চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
২. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব। 

যোগ্যতাৰ মাপকাঠী:

প্ৰতিজন পট্টাদাৰ/সহ-পট্টাদাৰে নিৰ্ধাৰিত ভূমিৰ নিজ নিজ ডাগৰ বিপৰীতে বছৰি ভূমি ৰাজহৰ পৰিমাণ/খাজানা দিব লাগিব।


সমৰ্থনকাৰী নথিপত্ৰ:

শেহতীয়া ভূমি ৰাজহ ৰচিদ (প্ৰথমবাৰৰ বাবে খাজানা আবেদন)

নিৰ্ধাৰিত সময়সীমা :  ৫ আগষ্ট, ২০২৩

মাচুল: 
১) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা
২) ছপা মুল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
৩) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা