indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

দলিলসূত্ৰে নামজাৰী

  1. তৰা (*)  চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক
  2. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।


যোগ্যতাৰ মাপকাঠী:

  1. এজন পাট্টাদাৰ বা তেওঁৰ বৈধ উত্তৰাধিকাৰী বা মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি
  2. চৰকাৰী ভূমি আৱন্টন কৰা কোনো ব্যক্তি/প্ৰতিষ্ঠান

সহায়ক নথি পত্ৰ :

1. ক্ৰয়, উপহাৰ, বন্ধকীৰ দ্বাৰা মাটি হস্তান্তৰৰ ভিত্তিত নামজাৰি বিচৰাৰ ক্ষেত্ৰত :

      a. প্ৰকত পঞ্জীকৃত দলিল বা দলিল হস্তান্তৰৰ প্ৰমাণিত প্ৰতিলিপি

      b. ভূমি ৰা়জহৰ শেহতীয়া ৰচিদ

      c. এই ঘোষণাৰ দ্বাৰা, অসম ভূমি ধৰণ আইন, ১৯৫৬ ৰ ওপৰত চিলিং নিৰ্ধাৰণৰ অধীনত সীমাতকৈ অধিক মাটি আবেদনকাৰীৰ হাতত নাই বুলি কোৱা হৈছে 

নির্ধাৰিত সময়সীমা : 

  1. গ্ৰাম্যাঞ্চলত ক্ষেত্ৰ বিভাজনঃ  পোন্ধৰ (১৫) কৰ্মদিন
  2. চহৰাঞ্চলত কাৰ্যালয় বিভাজন: ষাঠী (৬০) কৰ্মদিন

মাচুল :

  1. ক্ষেত্ৰ নামজাৰি - বিনামূলীয়া
  2. কাৰ্য্যালয় নামজাৰি - চহৰাঞ্চলত ২০০ টকা
  3. সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) - ৩০ টকা
  4. ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা
  5. স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা