indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

দখলদাৰী ভাড়াতীয়াক মালিকীস্বত্বৰ অধিকাৰ প্ৰদান কৰা

সাধাৰণ নিৰ্দেশাৱলী:

  1. তৰা (*)  চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক ।
  2. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।

যোগ্যতাৰ মাপকাঠী:

১) দখলদাৰী ভাড়াতীয়াই ব্যক্তিগতভাৱে মাটিত খেতি কৰে।

২) দখলদাৰী ভাড়াতীয়াৰ নাম চিঠাৰ ৯ নং স্তম্ভত লিপিবদ্ধ কৰিব লাগে।

৩) দখলদাৰী ভাড়াতীয়াজনৰ হাতত চৰকাৰে জাৰি কৰা ৰায়তি খাটিয়ান থাকিব লাগে।


সমৰ্থনকাৰী নথিপত্ৰসমূহ:

১)  গাওঁ প্ৰধান ব্যৱস্থাৰ প্ৰতিবেদন  নথকা অঞ্চলৰ বাবে গাঁও প্ৰধান/গাঁও প্ৰধান সচিব ৰ প্ৰমাণ পত্ৰ আৰু নগৰ অঞ্চলৰ বাবে, কাৰ্যবাহী বিষয়াৰ প্ৰমাণ পত্ৰ প্ৰয়োজন। (যদি- NOK দ্বাৰা প্ৰয়োগ কৰা হয়)

২) শেহতীয়া ভূমি ৰাজহৰ ৰচিদ।

৩) চৰকাৰৰ দ্বাৰা জাৰি কৰা ৰায়তি খাতিয়ানৰ প্ৰতিলিপি।

৪) মৃত্যুৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক নহয়)


নিৰ্ধাৰিত সময়সীমা : ৫ আগষ্ট, ২০২৩


মাচুল:

১) ব্যৱহাৰকাৰী মূল্য- ৫০ টকা

২) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা

৩)  ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা

৪) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা