indian flag অসম চৰকাৰ
sitemap sitemap sitemap মুখ্য সমললৈ যাওক
Emblem

লোকসেৱাৰ অধিকাৰ

এক বিস্তৃত নাগৰিক মঞ্চ

প্রশাসনিক সংশােধনী, প্রশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযােগ বিভাগৰ এক পদক্ষেপ

Xohari

আপোনাৰ সেৱাৰ বিষয়ে জানক

গাৱঁলীয়া চৰণীয়া পথাৰ/বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আৱন্টন প্ৰাপ্ত /সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন

  1. তৰা (*)  চিহ্ন থকা প্ৰত্যেকটো ক্ষেত্রই অনিবার্য তথা পূৰণ কৰা বাধ্যতামূলক ।
  2. আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথিপত্ৰৰ আকাৰ ২এম বিত কৈ অধিক হ'ব নালাগিব লগতে পিডিএফ/জেপিইজি আৰ্হি হোৱাটো বাঞ্ছনীয়। অন্যান্য আৰ্হি গ্ৰহণ কৰা নহ'ব।
  3. সংৰক্ষিত চৰণীয়া ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা পূৰ্বে আৱন্টন প্ৰাপ্ত/ সংস্থাপিত উপযুক্ত লোকসকলকৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ হেতু আইনী বিধান আৰু কাৰ্যবাহী নীতি নিয়মানুসাৰে এই সেৱা প্ৰদান কৰা 'ব। পট্টনৰ সমান্তৰালভাৱে সম পৰিমাণৰ ভূমি সংৰক্ষণৰ ব্যৱস্থাও কৰা 'ব।

সমৰ্থনকাৰী নথিপত্ৰসমূহ :

১) টৌজী বাহিৰা ৰচিদ (যদি আছে)/বেদখলী জৰিমনা পৰিশোধ ৰচিদ (যদি আছে)।

২) ২০১১ চনৰ ১ জানুৱাৰীৰ পূৰ্বে প্ৰশাসনিক কাৰ্যভাৰ

(যেনে এম এন পি প্ৰমাণপত্ৰ, শৰণাৰ্থী প্ৰমাণপত্ৰ, খহনীয়া পুনৰ্বাসন কৰা প্ৰশাসনিক আদেশ, প্ৰভাৱিত জাতিগত হিংসা ইত্যাদি)

নিৰ্ধাৰিত সময়সীমা  ৫ আগষ্ট, ২০২৩

মাচুল:

১) ব্যৱহাৰকাৰী মূল্য- ৫০ টকা

২) সেৱাৰ মূল্য (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে) :৩০ টকা

৩)  ছপা মুল্য  (পি.এফ .চি/চি.এছ.চিৰ মাধ্যমেৰে কৰা যিকোনো মুদ্ৰণৰ ক্ষেত্ৰত )- প্ৰতি পৃষ্ঠাত ১০ টকা

৪) স্কেনিং মুল্য (পি.এফ .চি/চি.এছ.চিত স্কেন কৰা নথিপত্ৰৰ ক্ষেত্ৰত)- প্ৰতি পৃষ্ঠাত ৫ টকা